WEEKLY JOB UPDATES সপ্তাহটোৰ চাকৰিৰ খৱৰ

  1. উত্তৰ লখিমপুৰৰ টাটা মটৰ্ছৰ অন্যতম অগ্ৰণী ডিলাৰ গ্লৰিয়াছ মটৰ্ছ প্ৰাইভেট লিমিটেডত খালী হৈছে ২টা পদ আৱেদন প্ৰেৰণৰ বাবে অন্তিম দিন : ২৪ ফেব্ৰুৱাৰী আৱেদন প্ৰেৰণৰ বাবে ইমেইল আইডি : [email protected]
  2. নলবাৰীৰ এখন আগশাৰীৰ ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান বেলশৰস্থিত গোপাল চন্দ্ৰ একাডেমীত প্ৰয়োজন হোৱা সহঃ শিক্ষকৰ ৬টা পদ পূৰণৰ বাবে আৱেদন বিচৰা হৈছে অধিক জানিবৰ বাবে ফোন নম্বৰ : 94354 81822, 91015 41105, আৱেদন গ্ৰহণৰ অন্তিম দিন : ১৫ মাৰ্চ
  3. নগাঁও শ্ৰী বিদ্যা ইনষ্টিটিউটত আৱশ্যক হৈছে মাৰ্কেটিং এগজিকিউটিভৰ পদ আৱেদন গ্ৰহণৰ অন্তিম দিন : ১৭ ফেব্ৰুৱাৰী সবিশেষ জানিবৰ বাবে যোগাযোগ নম্বৰ : 73993 54469, 87218 19112
  4. নুমলীগড়ৰ কল্পতৰু একাডেমীত আবাসিক সহকাৰী অধ্যাপকৰ একাধিক পদৰ বাবে প্ৰাৰ্থীৰ সন্ধান কৰা হৈছে অধিক জানিবৰ বাবে ফোন নম্বৰ : 70023 28603, 94351 54106 আৱেদন পত্ৰ প্ৰেৰণৰ বাবে ইমেইল আইডি : [email protected]
  5. কামৰূপৰ গ্ৰাম্য অঞ্চলত সেৱা আগবঢ়াবলৈ শিক্ষকপ্ৰশিক্ষক বিচৰা হৈছে আৱেদন পত্ৰ প্ৰেৰণৰ বাবে ইমেইল আইডি : [email protected], অধিক জানিবৰ বাবে ফোন নম্বৰ : ৮৬৩৮৫ ৭০৬৩৯
  6. অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত সেৱা আগবঢ়াবলৈ এটা প্ৰতিষ্ঠানৰ ফালৰ পৰা ছেলছ এগজিকিউটিভ, একাউনটেণ্ট, এডমিনিষ্ট্ৰেটিভ মেনেজাৰ পদৰ বাবে প্ৰাৰ্থীৰ পৰা আৱেদন বিচৰা হৈছে আৱেদন পত্ৰ প্ৰেৰণৰ বাবে মেইল আইডি : [email protected]pragjyoti.com/[email protected]
  7. গুৱাহাটীৰ আঠগাঁওস্থিত মাৰোৱাৰী হাস্পতালত ভিন্ন শিতানৰ বহুকেইটা পদ খালী আৱেদন গ্ৰহণৰ অন্তিম দিন : ১৮ ফেব্ৰুৱাৰী আগ্ৰহী প্ৰাৰ্থীয়ে আৱেদন ইমেইল কৰিবলৈ ইমেইল আইডি : [email protected]
  8. ৰাজ্যখনৰ বন তথা প্ৰকৃতি খণ্ডত কৰ্মৰত স্বেচ্ছাসেৱী সংগঠন আৰণ্যকত ডকুমেনটেচন অফিচাৰ বিচৰা হৈছে সবিশেষ জানিবৰ বাবে ৱেবছাইটwww.aaranyak.org, অধিক জানিবৰ বাবে ফোন নম্বৰ : 94766 92003

Leave a Comment

error: Content is protected !!