পিঁয়াজৰ বহুতো লাভালাভ আছে বুলি আপুনি নিশ্চয় জানে আৰু সেই লাভসমূহ আপুনি পিয়াজ খোৱাৰ ফলতহে লাভ কৰিব পাৰে বুলি জানে । কিন্তু আপুনি জানেনে পিঁয়াজৰ আন এটা লাভ আছে যি পিয়াজ নোখোৱাকৈ লাভ কৰিব পাৰি । ৰাতি শোৱাৰ আগতে পিঁয়াজৰ টুকুৰা এটা মোজাত ৰাখিলে বহুধৰণৰ লাভ পোৱা যায় । টোপনি যোৱাৰ আগতে এটা পিঁয়াজ দুটা ভাগত কাটক আৰু টুকুৰা দুটা মোজাৰ ভিতৰত থৈ শুই যাওক ।এনে কৰিলে আপুনি লাভ কৰিব কিছুমান আচৰিত লাভ ।
পিয়াজৰ আচৰতি লাভসমূহ -
- ভৰিৰ মাজত পিঁয়াজৰ টুকুৰা এটা ৰাখিলে পাকস্থলীৰ সংক্ৰমণৰ পৰা হাত সাৰিব পৰা যায় ।আৰু লগতে বৃক্কৰ সমস্যাৰ পৰাও ৰক্ষা কৰে ।
- যদি ব্যক্তি এজনে অনুভৱ কৰে যে তেওঁৰ জ্বৰ উঠি আহিছে তেতিয়া পিঁয়াজৰ টুকুৰা
এটা কাটি মোজাৰ ভিতৰত ৰাখি টোপনি যাওক ৰাতিপুৱালৈ ইয়াৰ ফলাফল লাভ কৰিব ।
- যদি আপুনি ক্ষুদ্ৰ অন্ত্ৰ বা মূত্ৰাশয়ৰ সমস্যাত ভুগি আছে, তেন্তে আপুনি পিঁয়াজৰ টুকুৰাৰ দ্বাৰা সকাহ পাব পাৰে ।
- যদি ভৰিৰ পৰা দুৰ্গন্ধ ওলায়, পিঁয়াজৰ টুকুৰা কেইটামান চালাইচ্ কৰি কাটক আৰু মোজা ভিতৰত ৰাখি শুই যাওক ।
স্বাস্থ্য সম্পৰ্কীয় টিপচ পাবলৈ আামাক Whatsappত জইন কৰক - ইয়াত ক্লিক কৰক
- যদি আপুনি অনুভৱ কৰে যে আপোনাৰ জ্বৰ হৈছে, পিঁয়াজৰ টুকুৰাবোৰ মোজাত ৰাখক আৰু শুৱক । আৰাম পাব ।
- পিঁয়াজৰ বেক্টেৰিয়া প্ৰতিৰোধী আৰু ভাইৰাছ-ৰোধী গুণে বেক্টেৰিয়া আৰু জীৱাণু ধ্বংস কৰে ।
- পিঁয়াজত থকা ফছফৰিক এচিডে তেজ বিশুদ্ধ কৰাত সহায় কৰে।
- শোৱাৰ সময়ত তীক্ষ্ণ গোন্ধ থকা পিঁয়াজৰ টুকুৰা এটায়ে কোঠাত বায়ু বিশুদ্ধ কৰাত সহায় কৰিব।
- পিঁয়াজৰ টুকুৰা ভৰিৰ মাজত সোমাই শুলে, ই হৃদযন্ত্ৰটো স্বাস্থ্যকৰ কৰি ৰাখক।
লগতে পঢ়ক - এনেকুৱা সপোনে সংকেট দিয়ে শীঘ্ৰেই টকাৰে ভৰ্তি হ'ব আপোনাৰ জেপ ।
বেছিভাগ
লোকে পিঁয়াজ খাবলৈ, পাচলি বনাবলৈ পিঁয়াজ ব্যৱহাৰ কৰে । বহু লোকে পিঁয়াজৰ
চালাডও খায় । কিন্তু একেই পিঁয়াজ আপোনাৰ ভৰিৰ তলত ৰাখি শোৱা হয়, ই আপোনাক
যথেষ্ট লাভান্বিত কৰিব।
Thank You.