Skin Care For Durga Puja 2021
এইবাৰ পূজাত পাৰ্লাৰ নগৈ ঘৰতে বহি নিজকে আকৰ্ষণৰ কেন্দ্ৰ কৰি তুলিব বিচাৰে নেকি? আমাৰ মানুহৰ পাকঘৰৰ আটাইতকৈ জনাজাত খাদ্য উপাদানবোৰৰ ভিতৰত এটা হৈছে মচুৰ দাইল। আপুনি জানেনে যে এই মচুৰ দাইলে আপোনাক এই বছৰৰ পূজাত অনন্য কৰি তুলিব পাৰে? হয়, আপোনাৰ মুখখনে সকলোকে আচৰিত কৰি আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিব পাৰে।
মচুৰ দাইলত যথেষ্ট পৰিমাণৰ প্ৰ'টিন, খনিজ পদাৰ্থ, খাদ্য শক্তি, কেলচিয়াম, লো, কেৰোটিন, ভিটামিন বি আৰু শৰ্কৰা পোৱা যায়। যিয়ে আপোনাৰ মুখমণ্ডলৰ উজ্জ্বলতা বৃদ্ধি কৰাৰ লগে লগে আপোনাৰ ছাল মসৃণ কৰি তুলে । বিভিন্ন ধৰণৰ ফেচপেক তৈয়াৰ কৰিবলৈ দাইলক আধাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি।
HOW TO MAKE THE FACEPACK ফেচপেক কিদৰে প্ৰস্তুত কৰিব
চাৰি চামুচ মচুৰ দাইল গোটেউ ৰাতি তিয়াই ৰাখক। ৰাতিপুৱা সেই ভিজাই থোৱা মচুৰ দাইল ব্যৱহাৰ কৰি পেষ্ট এটা বনাওক। এই পেষ্টৰ সৈতে এক চামুচ এলো ভেৰা জেল আৰু এক চামুচ নেমুৰ ৰস মিহলি কৰক। তাৰ পিছত এই মিশ্ৰণখিনি আপোনাৰ মুখত প্ৰয়োগ কৰি 15 ৰ পৰা 30 মিনিটৰ বাবে এৰি দিয়ক আৰু ধুই পেলাওক।
নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক
আপুনি লগালগ ইয়াৰ ফলাফল দেখা পাব।
Thank You.