অসমত বসবাস কৰা বিভিন্ন মুছলমান জনগোষ্ঠীসকল


1205)চন|আহোমসকল অসমলৈ অহা প্ৰায় ২৫(25) বছৰ মান আগৰ কথা যেতিয়া প্ৰথমজন অসমীয়া থলুৱা ব্যক্তিয়ে ইচলাম ধৰ্ম গ্ৰহণ কৰিছিল আৰু প্ৰথম ইছলাম গ্ৰহণ কৰা জন আন কোনো নাছিল তেঁও আছিল মেচ জনগোষ্ঠীৰ প্ৰধানআলী মেচ”| আৰু এইয়াই হৈছে অসমীয়া মুছলমানৰ আৰম্ভণি|সেই বছৰতেই বৰ্তমান তুৰ্কীৰ পৰা চীনদেশ আক্ৰমণ(১২০৬ চনৰ ২৭ মাৰ্চ (27th march 1206) ) কৰিব আহোতে কিছু তুৰ্কীৰ যোদ্ধা অসমৰ যোদ্ধাৰ লগত পৰাস্ত হৈ অসমতে থাকি যায় আৰু অসমকে নিজৰ বুলি সাবতি লয়|এনেকৈ হয়তো আৰম্ভ অসমীয়া মুছলিম সমাজৰ|আহকচোন আমি এতিয়া চাঁও অসমীয়া মুছলমানসকলক ভাষাসংস্কৄতি,বৄত্তি­ আদিৰ পটভূমিত কেইটা ভাগত ভগাব পাৰি আৰু সেইকেটা কি কি ..
)গৰীয়া
)চৈয়দদাৱন
)মৰীয়া
)দেশী
)মণিপুৰি
)জোলাআৰু
)পৃৰ্ববঙ্গীয়মূলৰমুছলমান
)গৰীয়া:ত্ৰয়োদশ শতিকা(13th century)পৰাঅসমতবন্দীহৈৰৈযোৱামুছলমানসৈন্য,পীৰ,ফকীৰ,আউলীয়াআদিৰবংশধৰ,মুছলমানশাসকাধীননামনিঅসমলৈকাষৰীয়াগৌড়ৰাজ্যৰপৰাঅহামুছলমানসকলকগৰীয়াবুলিকোৱাহয়|বৄত্তিগতব্যৱধানথাকিলেওএইসকলৰধৰ্মীয়উপসনাপদ্ধতিআৰুসাজসজ্জাএকে|এইসকলৰসকলোৱেগৌড়বাগৌড়দেশৰমাজেদিপ্ৰবেশকৰাবাবেথলুৱালোকসকলেগৌড়ীয়াবুলিকৈছিলআৰুকালক্ৰমগৰীয়াবুলিজনাজাতহল|উল্লেখযোগ্যযেসকলোগৰীয়ামুছলমানঅসমীয়ামুছলমানকিন্তুসকলোঅসমীয়ামুছলমানগৰীয়ানহয়|
2)চৈয়দদাৱন:আজান ফকিৰ আৰু তেঁওৰ সহযোগী সকলৰবংশধৰসকলকঅসমতদাৱনবুলিজনাহয়|মধ্যযুগৰঅসমৰমুছলমানসকলৰমাজতদাৱনসকলেধৰ্মীয়কামকাজৰপুৰোহিতহিচাপেজীৱননিৰ্বাহকৰিছিল|আৰুএইদাৱনসকলকচৈয়দগোষ্ঠীৰলোকবুলিওকোৱাহয়|এইসকলেনিজকেহজৰতমহম্মদ(🙂বংশধৰহিচাপেপৰিচয়দিয়ে|এইচৈয়দসকলৰকোনোবাআহিছিলযুদ্ধবন্দীহিচাপেঅথবাকোনোবাআহিছিলধৰ্মপ্ৰচাৰকৰিবলৈ|
অসমৰআনমুছলমানসকলেদাৱনসকলকধৰ্মীয়গুৰুহিচাপেমানিলৈছিল|গাঁওৰমছজিদৰইমামতিকৰা;ধৰ্মীয়শিক্ষানুষ্ঠানসমূহপৰিচালনাকৰা,নিকাহকাৰ্যসমধানকৰাআদিগুৰুত্বপূৰ্ণধৰ্মীয়কামসমূহৰগুৰিধৰোতাসমূহআছিলদাৱনসমূহ|
)মৰীয়া:মৰীয়া সকল হৈছে এটা বিশেষ বৄত্তিৰ ওপৰতভিত্তিকৰিঅসমতথাকিযোৱাযুদ্ধবন্দীমুছলমান|এইসকলমুছলমানকৰ্মপটুখনিকৰআছিল|গতিকেবন্দীৰপৰামুকলিহোৱাৰপাছতএইসকলমুছলমানেতেঁওলোকৰবৃত্তিঅনুসৰিঅসমতপিতলমৰিয়াইতাৰপৰাসুন্দৰসুন্দৰকলহ.লোটা,চৰিয়া,চাকিআদিতৈয়াৰকৰিবলৈধৰিছিল|থলুৱালোকসকলেযেতিয়াপ্ৰথমেএইবন্দীমুছলমানসকলকদেখিছিলতেতিয়াআটাইয়েমৰিয়াইমৰিয়াইবাচনবৰ্তনতৈয়াৰকৰিআছিল|সেইহেথলুৱালোকসকলেতেঁওলোককমৰিউৱাবামৰিয়াকবলৈধৰিলে|
)দেশী মুছলমান:দেশীমুছলমানসমূহঅসমৰখিলঞ্জীয়ালোক| বৰ্তমানগোৱালপাৰা,ধুবুৰী,বঙাইগাঁওআদিতচতুৰ্দশশতিকাৰপৰাবাসকৰিঅহামুছলমানসকলকদেশীমুছলমানবোলাহয়|চতুৰ্দশশতিকাত(14th century) ৰজাচক্ৰধ্বজেৰুকুনুদ্দিনবাবাকচাহকৰাজ্যৰএকাংশএৰিদিয়াৰলগতেনিজেওইচলামধৰ্মগ্ৰহণকৰিছিল|ফলস্বৰুপে তেঁওৰপৰিয়ালৰলগতেপ্ৰজাবৰ্গৰকিছুসংখ্যকমানুহমুছলমানহোৱাটোস্বাভাবিক|ইয়াৰোপৰিওইটাখুলিৰণৰপাছতযিহেতুমানাহনদীআহোমআৰুমোগলৰসীমাহৈপৰিছিলগতিকেমানাহৰপশ্চিমতঅৱস্থিতঅবিভক্তগোৱালপাৰাজিলা২০০বছৰোধিককালব্ৰিটিছআগমণলৈকেমোগলসম্ৰাজ্যৰঅধীনহৈআছিল|ফলতযথেষ্টখিনিমানুহমুছলমানহৈপৰিছিল|এঁওলোককদেশীমুছলমানবুলিজনাযায়
)মণিপুৰি মূছলমান:কেইবাশতিকাজুৰিবৰাকউপত্যকাৰকাছাৰজিলাতবাসকৰিঅহামণিপুৰীমূলৰমুছলমানসকলেনিজৰভাষাসংস্কৃতিপালনকৰিঅহাৰলগতেবৰাকউপত্যকাৰথলুৱাসংস্কৃতিওআদৰিলৈছে|অৱশ্যেনিজৰসংস্কৄতিপাহৰিনগলেওএইসকলেদেহমনঅসমৰপ্ৰতিয়েসমৰ্পনকৰিছে|এঁওলোকেনিজৰমাজতেবিয়াবাৰুকৰায়আৰুমণিপুৰিবাবাংলাভাষাতপঢ়াশুনাকৰে|
)জোলা মুছলমান:চাহশ্ৰমিকৰূপেঅসমলৈঅহামুছলমানসকলকজোলামুছলমানবুলিজনাযায়|এঁওলোকমূলতদুটাভাগতবিভক্তচাহশ্ৰমিকআৰুপ্ৰাক্তনচাহশ্ৰমিক|কিছুমানচাহশ্ৰমিকআজিওবাগিছাবোৰতকামকৰিথকাদেখাযায়|আনহাতেঅন্যান্যচাহশ্ৰমিকযিসকলেবৰ্তমানস্বইচ্ছাইবাগিছাৰপৰাঅব্যাহতিলৈঅন্যকৰ্মতমনোনিবেশকৰিছেতেঁওলোককপ্ৰাক্তনচাহশ্ৰমিকবুলিজনাযায়|জোলামুছলমানসকলপ্ৰায়ডেৰশশতিকাধৰিঅসমতবসবাসকৰিআহিছেযদিওবাগিছাৰচৌহদতেআবদ্ধহৈথকাৰবাবেবৄহত্তৰঅসমীয়াসমাজৰপৰাবহুখিনিআঁতৰত|বৰ্তমানচাহবাগিছাতবাসকৰাসকলেপূৰ্ববৰ্তীভাষাতেকথাপাতিআহিছে|আনহাতেপ্ৰাক্তনচাহশ্ৰমিকসকলশিক্ষাদীক্ষাতবহুখিনিআগবাঢ়িগৈছে|ভাৰতৰেঝাৰখণ্ডপৰাঅহাএইসকলঅদূৰভবিষ্যতেবৃহত্তৰঅসমীয়াজাতিতবিলিনহোৱাৰসম্ভাৱনাঅধিক|
)পৃৰ্ববঙ্গীয় মূলৰ মুছলমান:প্ৰকৃততেঅসমৰমুছলমানৰঅধিকাংশইহৈছেপৃৰ্ববঙ্গীয়মূলৰমুছলমান| পৃৰ্ববঙ্গীয়মূলৰলেওব্ৰহ্মপুত্ৰউপত্যকাআৰুবৰাকউপত্যকাৰপৃৰ্ববঙ্গীয়মূলৰমূছলমানৰমাজতপাৰ্থক্যদেখাযায়|যিহেতুবৰাকউপত্যকাৰএটাবৃহৎঅঞ্চলপূৰ্বতেবংগদেশৰঅন্তৰ্ভূক্তআছিলগতিকেইয়াতথলুৱাসংস্কৃতিৰপ্ৰভাবকমদেখাযায়আৰুবংগীয়সংস্কৃতিৰপ্ৰভাবঅধিকহোৱাদেখাযায়|আনহাতেপৃৰ্ববঙ্গীয়মূলৰঅধিকাংশউনবিংশ(19th century) আৰুবিংশশতিকা(20th century)অহালোক|অসমতবাসকৰিঅহাএইপৃৰ্ববঙ্গীয়মূলৰমুছলমানলোকসকলৰমাজতপূৰ্ববংগীয়ভাষাসংস্কৃতিপ্ৰচলনহৈথকাদেখাযায়|বহুতেএইসকললোককঅভিবাসীমুছলমানবুলিকোৱাদেখাযায়|তদুপৰিএইমুছলমানসকলকপমুৱাবাচৰচাপৰিবাসীবুলিওজনাআছে|এইসকলকবহুতেইমিঞামুছলমানবুলিকোৱাদেখিবলৈপোৱাযায়|আমিজনাতএইমিঞাশব্দটোৰঅৰ্থডাঙৰীয়া|কিন্তুএইমিঞাশব্দটোসন্মানসূচকৰূপেআজিৰসমাজতব্যৱহাৰকৰাদেখানাযায়|আশাকৰিছোঅদূৰভবিষ্যতেপৃৰ্ববঙ্গীয়মূলৰমুছলমানসকলৰএটাসৰ্বজনস্বীকৃতসন্মানজনকনামপ্ৰচলনহব|

Leave a Comment

error: Content is protected !!